dcsimg
Image of Rangoon creeper
Creatures » » Plants » » Dicotyledons » » Combretum Family »

Rangoon Creeper

Combretum indicum (L.) C. C. H. Jongkind

মালতী ( Assamese )

provided by wikipedia emerging languages

মালতী বা মধুমালতী (বৈজ্ঞানিক নাম: Combretum indicum) এবিধ লতাজাতীয় গছ। ই Combretaceae। পৰিয়ালৰ অন্তৰ্গত এটা প্ৰজাতি। লতা অতি খীণ, বহু বছৰ হলে শকত হয়। পাতৰ সাজোন বিপৰীত-মুখী। পাত আয়তকাৰ, ডিম্বাকৃতি আৰু আগ সৰু; কাষত পাতল ঢউ খেলোৱা।

ইয়াৰ অন্য নামবোৰ হৈছে Quiscual (স্পেনিছ), Niyog-niyogan (ফিলিপিনো), মধুমালতি বা মধু মালতি (হিন্দী), ମଧୁ ମାଳତି মধুমালতি (উড়িয়া), মাধবীলতা (বাংলা), মধুমালোতি (মেইটেই), Akar Dani আকাৰ ডানি (মালয) , ৰংগন মালি இரங்கூன் மல்லி (তামিল) আৰু ৰাধা মনোহৰম (তেলেগু)।

তথ্য সংগ্ৰহ

লগতে চাওক

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors

মালতী: Brief Summary ( Assamese )