dcsimg

নাচনী চৰাই ( Assamese )

provided by wikipedia emerging languages
 src=
নাচনী চৰাই, ট্ৰেফিক উদ্যান, চণ্ডিগড়, ভাৰত

নাচনী চৰাই[2] (ইংৰাজী: White-throated Fantail, বৈজ্ঞানিক নাম-Rhipidura albicollis) এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াক প্ৰধানকৈ দক্ষিণ এছিয়াভাৰতৰ পৰা বাংলাদেশ তথা ইণ্ডোনেছিয়া আদি দেশৰ বনাঞ্চল তথা খেতি-পথাৰ আদিত দেখা পোৱা যায়৷

বিৱৰণ

নাচনী চৰাই প্ৰায় ১৯ ছেমি দীঘল। ইয়াৰ এখন ক'লা বিচনী-সদৃশ ফিচা থাকে, অগ্ৰাংশ বগা, আৰু ডিঙি বগা।

বিতৰণ

থলুৱা আৱাস: বাংলাদেশ, ভূটান, কেম্ব'ডিয়া, চীন, ভাৰত, ইন্দোনেচিয়া, লাও পিপ'লছ ডেম'ক্ৰেটিক ৰিপাব্লিক, মালেচিয়া, ম্যানমাৰ, নেপাল, থাইলেণ্ড, ভিয়েটনাম।[3]

আচৰণ

নাচনী চৰায়ে প্ৰায়ে সিহঁতৰ ফিচা নচুৱাই থাকে।

খাদ্য

নাচনী চৰাইবোৰ পতংগভোজী

প্ৰজনন

নাচনী চৰায়ে গছত সজা সিহঁতৰ সৰু বাঁহত তিনিটাকৈ কণী পাৰে।

তথ্যসুত্ৰ

  1. BirdLife International (2012). "Rhipidura albicollis". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106005988। আহৰণ কৰা হৈছে: 16 July 2012.
  2. N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
  3. BirdLife International 2012. Rhipidura albicollis. In: IUCN 2012. IUCN Red List of Threatened Species. Version 2012.2. . Downloaded on 02 June 2013.
license
cc-by-sa-3.0
copyright
Wikipedia authors and editors

নাচনী চৰাই: Brief Summary ( Assamese )

provided by wikipedia emerging languages
 src= নাচনী চৰাই, ট্ৰেফিক উদ্যান, চণ্ডিগড়, ভাৰত

নাচনী চৰাই (ইংৰাজী: White-throated Fantail, বৈজ্ঞানিক নাম-Rhipidura albicollis) এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াক প্ৰধানকৈ দক্ষিণ এছিয়াভাৰতৰ পৰা বাংলাদেশ তথা ইণ্ডোনেছিয়া আদি দেশৰ বনাঞ্চল তথা খেতি-পথাৰ আদিত দেখা পোৱা যায়৷

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors