dcsimg
Image of orange jasmine
Creatures » » Plants » » Dicotyledons » » Rue Family »

Orange Jasmine

Murraya paniculata (L.) Jacq.

কামিনী কাঞ্চন ( Assamese )

provided by wikipedia emerging languages

কামিনী কাঞ্চন (বৈজ্ঞানিক নাম: Murraya paniculata) হৈছে দক্ষিণ এছিয়া, দক্ষিণপূৱ এছিয়া আৰু চীনৰ এবিধ থলুৱা ক্ৰান্তীয়, চীৰসেউজীয়া উদ্ভিদ।[2][3][4] সৰু সৰু বগা সুগন্ধী ফুল ফুলা এই উদ্ভিদজোপা আলংকাৰিক উদ্ভিদ আৰু বেৰা (Hedge) দিয়া উদ্ভিদ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলবোৰ কমলাৰ পৰা ৰঙা ৰঙৰ হোৱা দেখা যায়।

সাধাৰণ আৰু স্থানীয় নাম

কামিনী কাঞ্চনৰ কেইটামান সাধাৰণ আৰু স্থানীয় নাম হৈছে,

 src=
M. paniculata

তথ্য সংগ্ৰহ

  1. "The Plant List: A Working List of All Plant Species". http://www.theplantlist.org/tpl1.1/record/kew-2510469। আহৰণ কৰা হৈছে: 8 April 2015.
  2. "World Economic Plants: A Standard Reference, Second Edition - John H. Wiersema, Blanca León - Google Books". Books.google.com.au. 2013-03-20. https://books.google.com.au/books?id=AIrNBQAAQBAJ&pg=PA457&lpg=PA457&dq=%22murraya+paniculata%22+%22native+range%22&source=bl&ots=Soqen7fu5W&sig=WdypmU6CgXHLbr4NybyVmFlpvlQ&hl=en&sa=X&ei=-pVvVf-HBYj9UMj9geAE&redir_esc=y#v=onepage&q=%22murraya%20paniculata%22%20%22native%20range%22&f=false। আহৰণ কৰা হৈছে: 2016-04-03.
  3. "Weeds Australia - Weed Identification - Murraya". Weeds.org.au. http://www.weeds.org.au/cgi-bin/weedident.cgi?tpl=plant.tpl&state=nsw&s=0&region=hcr&form=shrub&fc=&card=S44। আহৰণ কৰা হৈছে: 2016-04-03.
  4. "Archived copy". Archived from the original on June 2, 2015. https://web.archive.org/web/20150602065111/http://keyserver.lucidcentral.org/weeds/data/03030800-0b07-490a-8d04-0605030c0f01/media/Html/Murraya_paniculata.htm। আহৰণ কৰা হৈছে: June 4, 2015.
  5. 5.0 5.1 5.2 5.3 5.4 5.5 5.6 "Murraya paniculata - Kamini". Flowersofindia.net. http://www.flowersofindia.net/catalog/slides/Kamini.html। আহৰণ কৰা হৈছে: 2016-04-03.
  6. http://www.medicinatradicionalmexicana.unam.mx/monografia.php?l=3&t=limonaria&id=7414
  7. "Nguyệt quới". Hue University. http://www.lrc-hueuni.edu.vn/dongy/show_target.plx?url=/thuocdongy/N/NguyetQuoi.htm&key=&char=N। আহৰণ কৰা হৈছে: 14 November 2015.
license
cc-by-sa-3.0
copyright
Wikipedia authors and editors

কামিনী কাঞ্চন: Brief Summary ( Assamese )

provided by wikipedia emerging languages

কামিনী কাঞ্চন (বৈজ্ঞানিক নাম: Murraya paniculata) হৈছে দক্ষিণ এছিয়া, দক্ষিণপূৱ এছিয়া আৰু চীনৰ এবিধ থলুৱা ক্ৰান্তীয়, চীৰসেউজীয়া উদ্ভিদ। সৰু সৰু বগা সুগন্ধী ফুল ফুলা এই উদ্ভিদজোপা আলংকাৰিক উদ্ভিদ আৰু বেৰা (Hedge) দিয়া উদ্ভিদ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলবোৰ কমলাৰ পৰা ৰঙা ৰঙৰ হোৱা দেখা যায়।

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors